প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জৰুৰীকালীন অৱস্থাক প্ৰতিহত কৰা আৰু গণতান্ত্ৰিক মনোভাৱক শক্তিশালী কৰাৰ বাবে কাম কৰাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
Posted On:
25 JUN 2023 11:01AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে গণতন্ত্ৰৰ ক’লা দিনবোৰে আমাৰ সংবিধানে কৰা মূল্যবোধৰ সম্পূৰ্ণ বিৰোধিতা কৰে৷
জৰুৰীকালীন সময় বলবৎ কৰাৰ বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়ঃ
“মই সেই সাহসী লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো, যিসকলে জৰুৰীকালীন সময় প্ৰতিহত কৰাৰ লগতে আমাৰ গনতান্ত্ৰিক মনোভাৱক শক্তিশালী কৰিছিল৷ #DarkDaysOfEmergency আমাৰ ইতিহাসৰ এক অবিস্মৰণীয় সময় হৈ ৰ’ব, যিবোৰে আমাৰ সংবিধানে উদযাপন কৰা মূল্যবোধৰ সম্পূৰ্ণ বিপৰীত।"
***
(Release ID: 1935289)
Visitor Counter : 131
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam