প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমেৰিকাৰ প্ৰবাসী ভাৰতীয় সম্প্ৰদায়ৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
পোষ্ট কৰা হৈছে:
24 JUN 2023 7:30AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৩ জুনত ৱাশ্বিংটন ডিচিৰ ‘ৰোনাল্ড ৰেগান কেন্দ্ৰ’ত ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰে।
ভাষণত প্ৰধানমন্ত্ৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত নিজ নিজ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলক অভিনন্দন জ্ঞাপন কৰে আৰু অমৃত কালৰ সময়ত ভাৰতৰ বিকাশত অৰিহণা যোগাবলৈ আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰীয়ে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে আৰু ভৱিষ্যতৰ দ্বিপাক্ষিক অংশীদাৰিত্বৰ ক্ষেত্ৰসমূহত আলোকপাত কৰে।
*******
(ৰিলিজ আই ডি : 1935287)
অতিথি কক্ষ : 162
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam