প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৱেল্ডিং দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 08 JUN 2023 7:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱেল্ডিং ৰিছাৰ্চ ইনষ্টিটিউট(ডব্লিউআৰআই)ৰ জৰিয়তে ভেলৰ দ্বাৰা ৱেল্ডিং দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰিছে৷

গুৰু উদ্যোগ মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডেৰ টুইট থ্ৰেডৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,

“প্ৰশংসনীয় পদক্ষেপ! যুৱক-যুৱতীসকলৰ যুৱক-যুৱতীসকলৰ দক্ষতা বৃদ্ধিৰ এই প্ৰচেষ্টাই তেওঁলোকক দক্ষ কৰি তোলাৰ লগতে ই তেওঁলোকৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগো কঢ়িয়াই আনিব।”

*******



(Release ID: 1935280) Visitor Counter : 52