প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গোৰখপুৰৰ ‘গীতা প্ৰেছ’ক ‘গান্ধী শান্তি বঁটা ২০২১’ প্ৰদান কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 18 JUN 2023 7:26PM by PIB Guwahati

গোৰখপুৰৰ গীতা প্ৰেছ গান্ধী শান্তি বঁটা ২০২১ প্ৰদান কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"গান্ধী শান্তি বঁটা ২০২১ প্ৰদান কৰাৰ বাবে মই গোৰখপুৰৰ গীতা প্ৰেছক অভিনন্দন জনাইছো। তেওঁলোকে যোৱা ১০০টা বছৰত জনসাধাৰণৰ মাজত সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ সূচনা কৰাক্ষেত্ৰত প্ৰশংসনীয় কাম কৰিছে।

@GitaPress

https://pib.gov.in/PressReleasePage.aspx?PRID=1933252

 

*******



(Release ID: 1933405) Visitor Counter : 77