প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিগত ৯ বছৰত ভৱিষ্যতদৰ্শী সংস্কাৰ পৰিলক্ষিত হৈছে, যিবোৰে ‘ব্যৱসায় কৰাৰ সহজ পৰিৱেশ’ৰ উন্নয়ন সাধন কৰিছেঃ প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 14 JUN 2023 1:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন সংস্কাৰৰ সন্দৰ্ভত প্ৰৱন্ধ, গ্ৰাফিকছ, ভিডিঅ’ আৰু তথ্য শ্বেয়াৰ কৰে, যিবোৰে কেৱল ‘ব্যৱসায় কৰাৰ সহজ পৰিৱেশ’ৰ উন্নয়ন সাধন কৰাই নাই, বৰঞ্চ যুৱ প্ৰজন্মৰ মাজত উদ্যোগী মনোভাৱতো উৎসাহ যোগাইছে৷

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;

“ বিগত ৯ বছৰত ভৱিষ্যদৰ্শী সংস্কাৰ পৰিলক্ষিত হৈছে, যিবোৰে কেৱল ‘ব্যৱসায় কৰাৰ সহজ পৰিৱেশ’ৰ উন্নয়ন সাধন কৰাই নাই, বৰঞ্চ যুৱ প্ৰজন্মৰ মাজত উদ্যোগী মনোভাৱতো উৎসাহ যোগাইছে৷ বিকাশ আৰু উদ্ভাৱনৰ দিশত আমি কাম কৰি থাকিম৷”#9YearsOfEaseOfBusiness”

***


(ৰিলিজ আই ডি : 1933053) অতিথি কক্ষ : 176