প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সাৰ খণ্ডত আত্মনিৰ্ভৰশীলতা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াৰ এটা প্ৰবন্ধ প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে
प्रविष्टि तिथि:
13 JUN 2023 1:23PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াৰ সাৰ খণ্ডত আত্মনিৰ্ভৰশীলতা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াৰ এটা টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছেঃ
"ভাৰতৰ সাৰ বিভাগে খণ্ডটোত কিদৰে আত্মনিৰ্ভৰশীলতা অৰ্জনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে সেই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াজীয়ে লিখিছে ... পঢ়িব!"
*************************
(रिलीज़ आईडी: 1932622)
आगंतुक पटल : 161
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Punjabi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam