প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
স্বচ্ছ ভাৰতৰ প্ৰতি আমাৰ অটুট সংকল্পবদ্ধতাৰে স্বাস্থ্যৰ যতনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰগতি হৈছে: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
08 JUN 2023 10:50AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চৰকাৰ আৰোগ্য ভাৰতৰ দিশত আমাৰ যাত্ৰাত 'কোনো ভাৰতীয় পিছপৰি নাথাকক' এই কথা সুনিশ্চিত কৰিবলৈ সংকল্পবদ্ধ। প্ৰধানমন্ত্ৰীয়ে এই বিষয়ৰ ওপৰত লেখা, গ্ৰাফিক্স, ভিডিঅ' আৰু তথ্য ভাগ-বতৰা কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:
"স্বচ্ছ ভাৰতৰ প্ৰতি আমাৰ অটুট সংকল্পবদ্ধতাৰে স্বাস্থ্যৰ যতনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰগতি হৈছে। একেলগ হৈ, আমি এই কথা সুনিশ্চিত কৰিম যে আৰোগ্যৰ দিশত আমাৰ যাত্ৰাত কোনো ভাৰতীয় পিছপৰি নাথাকক। #9YearsOfHealthForAll”
**********
(रिलीज़ आईडी: 1930999)
आगंतुक पटल : 154
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
Urdu
,
English
,
Marathi
,
हिन्दी
,
Nepali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam