প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ অধীনত সম্ভৱ হোৱা উন্নয়নী যাত্ৰা প্ৰদৰ্শন কৰা ‘ৱে’বছাইট’-ৰ ‘লিংক শ্বেয়াৰ’ কৰিছে
Posted On:
30 MAY 2023 9:58AM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে বিগত ৯টা বছৰত চৰকাৰৰ অধীনত সম্ভৱ হোৱা উন্নয়নী যাত্ৰা প্ৰদৰ্শন কৰা ‘ৱে’বছাইট’-ৰ ‘লিংক শ্বেয়াৰ’ কৰিছে। শ্ৰী মোদীয়ে সকলোকে ‘ৱে’বছাইট’টো দৰ্শন কৰিবলৈ আৰু বিভিন্ন চৰকাৰী আঁচনিৰ পৰা মানুহ কেনেদৰে লাভান্বিত হৈছে সেয়া চাবলৈ আহ্বান জনাইছে।
প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:
"দেশৰ বিকাশৰ প্ৰতি ৯টা বছৰৰ অটল সমৰ্পণ।
মই সকলোকে আমাৰ বিকাশযাত্ৰাৰ এক আভাস পাবলৈ এই nm-4.com/9yrsofseva ‘ছাইট’টো দৰ্শন কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। ই বিভিন্ন চৰকাৰী আঁচনিৰ পৰা মানুহে কেনেদৰে লাভান্বিত হৈছে সেই সম্পৰ্কতো আলোকপাত কৰাৰ সুযোগ প্ৰদান কৰে। #9YearsOfSeva"
*****
(Release ID: 1928594)
Visitor Counter : 118
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam