প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বানাছ কমপ্লেক্স-বদৰপুৰৰ হনী লেবক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 21 MAY 2023 6:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বানাছ কমপ্লেক্স-বদৰপুৰৰ হনী লেবক প্ৰশংসা কৰিছে।

এটা টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

"উদ্ভাৱনৰ কথা অহা মাত্ৰেকে @banasdairy1969ই সদায় অগ্ৰদূতৰ ভূমিকা পালন কৰে। মিঠা বিপ্লৱত ভাৰতৰ অগ্ৰগতি সুদৃঢ়কৰণৰ দিশত এই গুৰুত্বপূৰ্ণ পদক্ষেপটো দেখি ভাল লাগিল। হনী লেব এই খণ্ডৰ বাবে বহুখিনি উপকাৰী হৈ উঠিব।"

 

*****


(रिलीज़ आईडी: 1928331) आगंतुक पटल : 175
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam