প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্রধানমন্ত্রীয়ে গংগোত্ৰীত ভাৰতৰ ২,০০,০০০তম 5জি স্থলৰ সক্ৰিয় হোৱাত আৰু চাৰধাম ফাইবাৰ কানেক্টিভিটি পৰিকল্পনাৰ লোকাৰ্পণৰ প্ৰশংসা কৰে
प्रविष्टि तिथि:
26 MAY 2023 9:40PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গংগোত্ৰীত ভাৰতৰ ২,০০,০০০তম 5জি স্থল সক্ৰিয় হোৱাত আৰু চাৰধাম ফাইবাৰ কানেক্টিভিটি পৰিকল্পনাৰ লোকাৰ্পণৰ প্ৰশংসা কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:
"কানেক্টিভিটি আৰু পৰ্যটনৰ বাবে ভাল খবৰ।"
**********
(रिलीज़ आईडी: 1927719)
आगंतुक पटल : 170
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam