প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

হেনকক প্ৰস্পেক্টিং গ্ৰুপৰ কাৰ্যবাহী অধ্যক্ষা শ্ৰীমতী জিনা ৰাইনহাৰ্ট এঅ’-ৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

प्रविष्टि तिथि: 23 MAY 2023 8:52AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৩ মে'ত অষ্ট্ৰেলিয়াৰ ছিডনীত হেনকক প্ৰস্পেক্টিং গ্ৰুপৰ কাৰ্যবাহী অধ্যক্ষা শ্ৰীমতী জিনা ৰাইনহাৰ্ট এঅ'ক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতত গ্ৰহণ কৰা পৰিৱৰ্তনশীল সংস্কাৰ আৰু পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে আৰু খনি আৰু খনিজ খণ্ডত প্ৰযুক্তি, বিনিয়োগ আৰু দক্ষতাৰ ক্ষেত্ৰত অংশীদাৰী ত্বৰান্বিত কৰিবলৈ তেওঁক আমন্ত্ৰণ জনায়।

*****


(रिलीज़ आईडी: 1927384) आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam