প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মান কি বাতৰ ১০১ সংখ্যক খণ্ডৰ বাবে দিহা-পৰামৰ্শ আহ্বান প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 19 MAY 2023 9:14AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন কি বাতৰ ১০১ সংখ্যক খণ্ডৰ বাবে নাগৰিকসকলৰ পৰা বহুমূলীয়া পৰামৰ্শ বিচাৰিছে। পৰামৰ্শ প্ৰেৰণ কৰিবলৈ তেওঁ লিংক আৰু ফোন নম্বৰ শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়;

“২৮ মেত অনুষ্ঠিত হ’বলগীয়া ১০১ সংখ্যক #MannKiBaat খণ্ডৰ বাবে আপোনালোকৰ মূল্যৱান পৰামৰ্শৰ বাবে মই আগ্ৰহেৰে অপেক্ষা কৰিছো। ইয়াৰ বাবে ১৮০০-১১-৭৮০০নম্বৰত আপোনাৰ বাৰ্তা ৰেকৰ্ড কৰক বা NaMo App / My Gov ত লিখক।”

*****


(रिलीज़ आईडी: 1925839) आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Nepali , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam