প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ঝাৰখণ্ডৰ পাত্ৰাটুত গ্ৰহণ কৰা পৰিষ্কাৰ পানী যোগানৰ প্ৰয়াসৰ প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
17 MAY 2023 1:35PM by PIB Guwahati
ঝাৰখণ্ডৰ পাত্ৰাটুত বিশুদ্ধ পানী যোগান ধৰাৰ বাবে গ্ৰহণ কৰা প্ৰয়াসৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
ঝাৰখণ্ডৰ পাত্ৰাটুত ৫০ কোটি টকা ব্যয়সাপেক্ষে পানী পৰিষ্কৰণ প্ৰকল্প আৰু পানীৰ ‘টাৱাৰ’ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা সন্দৰ্ভত হাজাৰীবাগৰ সংসদ সদস্য শ্ৰী জয়ন্ত সিনহাই কৰা ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ যোগে কয়:
"অতিকে প্ৰশংসনীয় প্ৰচেষ্টা! পৰিষ্কাৰ পানীৰ এই সুবিধাই ঝাৰখণ্ডৰ পাত্ৰাটুৰ আমাৰ মাতৃ আৰু ভগ্নীসকলৰ জীৱন বহুত সহজ কৰি তুলিব। "
*****
(ৰিলিজ আই ডি : 1925242)
অতিথি কক্ষ : 150
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Nepali
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam