প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছিকিমৰ প্ৰতিষ্ঠা দিৱসত জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 16 MAY 2023 5:25PM by PIB Guwahati

প্ৰতিষ্ঠা দিৱস উপলক্ষে ছিকিমৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ছিকিমৰ নিৰন্তৰ উন্নয়ন কামনা কৰে শ্ৰী মোদীয়ে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"ছিকিমৰ মোৰ ভাতৃ-ভগ্নীসকলক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাইছোঁ। ই এখন অতি সুন্দৰ ৰাজ্য। ব্যতিক্ৰমী প্ৰাকৃতিক সৌন্দৰ্য আৰু কঠোৰ পৰিশ্ৰমী লোকৰ বাবে পৰিচিত এই ৰাজ্যখন। ৰাজ্যখনে বিভিন্ন ক্ষেত্ৰত বিশেষকৈ জৈৱিক কৃষিৰ ক্ষেত্ৰত উল্লেখনীয় সফলতা লাভ কৰিছে। মই ছিকিমৰ নিৰন্তৰ উন্নয়ন কামনা কৰিছোঁ।"

 

*****


(रिलीज़ आईडी: 1925011) आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam