প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ নেচনেল গেলেৰী অৱ মডাৰ্ণ আৰ্টত জন শক্তি কলা প্ৰদৰ্শনী পৰিদৰ্শন কৰে
প্ৰদৰ্শনীৰ বিভিন্ন মুহূৰ্ত ভাগ বতৰা কৰে
পোষ্ট কৰা হৈছে:
14 MAY 2023 2:41PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ নেচনেল গেলেৰী অৱ মডাৰ্ণ আৰ্টত জন শক্তি কলা প্ৰদৰ্শনী পৰিদৰ্শন কৰে। এই প্ৰদৰ্শনীত ‘মন কী বাত’ত আলোচনা হোৱা কিছুমান বিষয়বস্তুৰ আধাৰত বিস্ময়কৰ শিল্পকৰ্ম প্ৰদৰ্শন কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়,
“দিল্লীৰ নেশ্যনেল গেলেৰী অৱ মডাৰ্ণ আৰ্টত জন শক্তি পৰিদৰ্শন কৰিলোঁ। মন কী বাত খণ্ডৰ কিছুমান বিষয়বস্তুৰ আধাৰত এইখন বিস্ময়কৰ শিল্পকৰ্মৰ প্ৰদৰ্শনী। যিসকল শিল্পীয়ে নিজৰ সৃষ্টিশীলতাৰে প্ৰদৰ্শনীখন সমৃদ্ধ কৰিছে, তেওঁলোকক মই প্ৰশংসা কৰিছো।”
“দিল্লীৰ নেশ্যনেল গেলেৰী অৱ মডাৰ্ণ আৰ্টত জন শক্তি প্ৰদৰ্শনীৰ পৰা আৰু কিছু দৃশ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলো।”
সবিশেষৰ বাবে ইয়াত ক্লিক কৰিব পাৰেঃ
https://pib.gov.in/PressReleseDetailm.aspx?PRID=1924012
***
(ৰিলিজ আই ডি : 1924117)
অতিথি কক্ষ : 152
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam