প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দোহা ডাইমণ্ড লীগত প্ৰথম স্থান লাভ কৰা নীৰজ চোপ্ৰাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
06 MAY 2023 10:57AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নীৰজ চোপ্ৰাক দোহা ডাইমণ্ড লীগত প্ৰথম স্থান লাভৰ বাবে অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ
"বৰ্ষটোৰ প্ৰথম ইভেন্ট আৰু প্ৰথম স্থান!
৮৮.৬৭ মিটাৰ ৱৰ্ল্ড লিড থ্ৰ’ৰে @Neeraj_chopra1 দোহা ডাইমণ্ড লীগত উজ্বলি উঠিছে। তেওঁক অভিনন্দন জনালোঁ! লগতে, আগন্তুক প্ৰচেষ্টাৰাজিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।"
****
(रिलीज़ आईडी: 1923062)
आगंतुक पटल : 150
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam