প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ২০২২-২৩ বিত্তীয় বৰ্ষত ৫ লাখতকৈও অধিক ৰে'ল পৰিচালনাক প্ৰশংসা কৰে

प्रविष्टि तिथि: 08 MAY 2023 9:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২-২৩ বিত্তীয় বৰ্ষত ৫ লাখৰো অধিক ৰে’ল পৰিচালনাৰ শলাগ লৈছে।

বছৰৰ পিছত বছৰ ধৰি কাৰ্যক্ষম মালবাহী ৰে’লৰ সংখ্যা বৃদ্ধিৰ বিষয়ে ৰে’ল মন্ত্ৰালয়ৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে।

“এই প্ৰেৰণাদায়ী পৰিসংখ্যাই লজিষ্টিক আৰু অৰ্থনৈতিক গতিবেগৰ ক্ষেত্ৰত আমাৰ অগ্ৰগতিৰ ইংগিত বহন কৰে।”

***


(रिलीज़ आईडी: 1923051) आगंतुक पटल : 175
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Tamil , Kannada , Bengali , Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Telugu