প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘বাণিজ্য’ আৰু ‘লজিষ্টিক্স’ ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ হ’বলৈ আগবাঢ়িছে ভাৰত: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
01 MAY 2023 2:52PM by PIB Guwahati
বিশ্ব বেংকৰ ‘এলপিআই ২০২৩’ প্ৰতিবেদনৰ তথ্য অনুসৰি, বহুতো দেশতকৈ ভাল "টাৰ্ণ এৰাউণ্ড টাইম"ৰ সৈতে ভাৰতীয় বন্দৰসমূহৰ দক্ষতা আৰু উৎপাদনশীলতা বৃদ্ধি হৈছে বুলি বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ে ‘টুইট’ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে;
"বন্দৰ-নেতৃত্বাধীন উন্নয়নে সঞ্চালিত কৰা ভাৰত বাণিজ্য আৰু লজিষ্টিকৰ প্ৰাণকেন্দ্ৰ হৈ উঠিছে।"
***
(रिलीज़ आईडी: 1921329)
आगंतुक पटल : 166
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam