প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী যক্ষ্মা মুক্ত ভাৰত অভিযানক সমৰ্থন কৰিবলৈ নিজৰ পকেটৰ পইচা দান কৰাৰ বাবে ৭ বছৰীয়া নলিনীক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 26 APR 2023 1:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী যক্ষ্মা মুক্ত ভাৰত অভিযানক সমৰ্থন কৰাৰ বাবে নিজৰ পকেটৰ পইচা দান কৰাৰ বাবে হিমাচল প্ৰদেশৰ উনাৰ ৭ বছৰীয়া নিক্ষয় মিত্ৰ নলিনী সিঙক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডৱিয়াৰ এটা টুইটৰ উত্তৰ দি শ্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে টুইট কৰেঃ

"শুভ সংকেত।"

********


(रिलीज़ आईडी: 1920115) आगंतुक पटल : 126
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam