প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দান্তেৱাড়াত ছত্তীশগড় আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰীৰ

উক্ত ঘটনাত প্ৰাণ হেৰুওৱা সাহসী জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 26 APR 2023 5:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড়ৰ দান্তেৱাড়া জিলাত ছত্তীশগড় আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক গৰিহণা দিছে। শ্ৰী মোদীয়ে আক্ৰমণত প্ৰাণ হেৰুওৱা বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"দান্তেৱাড়াত ছত্তীশগড় আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছো। আক্ৰমণত প্ৰাণ হেৰুওৱা বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁলোকৰ ত্যাগ সদায় স্মৰণীয় হৈ থাকিব। শোকসন্তপ্ত পৰিয়ালসমূহলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ।"

********


(रिलीज़ आईडी: 1920113) आगंतुक पटल : 132
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam