প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চেণ্ট্ৰেল ভিষ্টাত অনন্য সাংস্কৃতিক প্ৰদৰ্শনেৰে সাপ্তাহিক সাংস্কৃতিক কাৰ্যসূচী আয়োজনৰ বাবে কলাঞ্জলিক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
21 APR 2023 10:20AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংস্কৃতি মন্ত্ৰালয়ৰ অধীনত অনন্য সাংস্কৃতিক প্ৰদৰ্শন কৰা কলাঞ্জলিক উচ্চ প্ৰশংসা কৰে। এই কলাঞ্জলিৰ উদ্যোগতেই দিল্লীৰ ইণ্ডিয়া গে’টৰ ওচৰৰ চেণ্ট্ৰেল ভিষ্টাত প্ৰতি সপ্তাহান্তত বিভিন্ন সাপ্তাহিক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব।
অমৃত মহোৎসৱৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"চেণ্ট্ৰেল ভিষ্টা এলেকা ভ্ৰমণ কৰাৰ আন এটা কাৰণ... ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু জীৱন্ততাৰ এক উদযাপন। "
***
(ৰিলিজ আই ডি : 1919446)
অতিথি কক্ষ : 149
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam