প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘চুৰাট শাড়ী ৱাকাথন’ক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
পোষ্ট কৰা হৈছে:
20 APR 2023 9:40AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘চুৰাট পৌৰ নিগম’ আৰু ‘চুৰাট স্মাৰ্ট চিটী ডেভেলপমেণ্ট লিমিটেড’-য়ে যুটীয়াভাৱে আয়োজন কৰা ‘চুৰাট শাড়ী ৱাকাথন’ক প্ৰশংসা কৰিছে।
দৰ্শনা জাৰ্দোশৰ এলানি ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;
"চুৰাট শাড়ী ৱাকাথন’ হৈছে ভাৰতৰ বস্ত্ৰশিল্প পৰম্পৰাক জনপ্ৰিয় কৰাৰ এক প্ৰশংসনীয় প্ৰচেষ্টা।"
***
(ৰিলিজ আই ডি : 1918366)
অতিথি কক্ষ : 130
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam