প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মন কি বাত সন্দৰ্ভত অঞ্জু ববী জৰ্জৰ এটি প্ৰবন্ধ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰীয়ে

Posted On: 19 APR 2023 6:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ উপ-সভাপতি শ্ৰীমতী অঞ্জু ববী জৰ্জে 'মন কি বাত'ক লৈ লেখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে। দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ সাফল্য উদযাপনত 'মন কি বাত'-এ কিমান গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে সেই বিষয়ে এই প্ৰবন্ধত উল্লেখ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ

"ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ উপ-সভাপতি @anjubobbygeorg1-এ তেওঁৰ প্ৰবন্ধত দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ সাফল্য পোহৰলৈ অনা #MannKiBaat কিদৰে এখন মঞ্চ হৈ পৰিছে সেয়া উল্লেখ কৰিছে।"

*************************



(Release ID: 1918218) Visitor Counter : 91