প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে নাগালেণ্ডৰ টুয়েনচাঙত স্বচ্ছ ভাৰত অভিযানৰ অধীনত কৰা কামৰ প্ৰশংসা কৰে
प्रविष्टि तिथि:
17 APR 2023 10:06AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ডৰ টুয়েছাঙত স্বচ্ছ ভাৰত অভিযানৰ অধীনত কৰা কামৰ শলাগ লৈছে।
নাগালেণ্ড বিধানসভাৰ সদস্য শ্ৰী জেকব জিমোমীয়ে কৰা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে, "সুন্দৰ! আমি সমগ্ৰ ভাৰততে স্বচ্ছতাৰ দিশত প্ৰচণ্ড শক্তি দেখিছো, যাৰ ফলত স্বাস্থ্য আৰু মহিলা সৱলীকৰণকে ধৰি বিভিন্ন খণ্ডত স্পষ্ট সুবিধা হৈছে।”
***
(रिलीज़ आईडी: 1918066)
आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam