প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মুম্বাইৰ তাজ মহল পেলেচত অনুষ্ঠিত এছচিঅ’ মিলেট ফুড ফেষ্টিভেলৰ শলাগ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
16 APR 2023 10:02AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইৰ তাজ মহল পেলেচত অনুষ্ঠিত এছচিঅ’ মিলেট ফুড ফেষ্টিভেলৰ শলাগ লৈছে।
স্থানীয় সাংসদ শ্ৰী মনোজ কোটকে এই ফেষ্টিভেল সন্দৰ্ভত টুইট কৰি কয় যে এছচিঅ’ মিলেট ফুড ফেষ্টিভেলৰ অংশ হিচাপে মুম্বাইৰ তাজ মহল পেলেচত জলগাঁওৰ জোৱাৰ, নাগপুৰৰ বজৰা, ঔৰঙ্গাবাদৰ ৰাগী প্ৰদৰ্শন কৰা হৈছে।
ইয়ালৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ
"এয়া মুম্বাইত শ্ৰী অন্নক জনপ্ৰিয়কৰণৰ অৰ্থে এটি প্ৰশংসনীয় প্ৰচেষ্টা।"
***
(रिलीज़ आईडी: 1917296)
आगंतुक पटल : 169
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam