প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘বাবা চাহেব আম্বেদকাৰ যাত্ৰা- ভাৰত গৌৰৱ ৰে’ল’ৰ উদ্যোগ’ক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 15 APR 2023 9:35AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ‘আম্বেদকাৰ জয়ন্তী’ৰ দিনা কেন্দ্ৰীয় মন্ত্ৰী জি কৃষ্ণ ৰেড্ডীয়ে ‘ফ্লেগ অফ’ কৰা ‘বাবা চাহেব আম্বেদকাৰ যাত্ৰা- ভাৰত গৌৰৱ ৰে'ল’ৰ উদ্যোগক প্ৰশংসা কৰে।

মন্ত্ৰীগৰাকীয়ে কৰা ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

"ড০ বাবাচাহেব আম্বেদকাৰৰ জীৱনৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ দিশ আৰু স্থানসমূহৰ ওপৰত আলোকপাত কৰাৰ এয়া এক প্ৰশংসনীয় প্ৰয়াস।"

***


(ৰিলিজ আই ডি : 1917019) অতিথি কক্ষ : 151