প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে পয়লা বৈশাখ উপলক্ষে দেশবাসীৰ সুখ আৰু সুস্বাস্থ্য কামনা কৰে
পোষ্ট কৰা হৈছে:
15 APR 2023 9:07AM by PIB Guwahati
আজি পয়লা বৈশাখ অৰ্থাৎ শুভ নৱবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলোৰে সুখ আৰু সুস্বাস্থ্য কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"শুভ নৱবৰ্ষ! আগন্তুক বছৰটোৱে আপোনাসৱৰ জীৱনলৈ আনন্দ আৰু স্বাস্থ্য কঢ়িয়াই আনক।"
*************************
(ৰিলিজ আই ডি : 1917014)
অতিথি কক্ষ : 170
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam