প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৩ টা আঞ্চলিক ভাষাতো কনিষ্টবল (জিডি) চিএপিএফ পৰীক্ষা অনুষ্ঠিত কৰাৰ গৃহ মন্ত্ৰালয়ৰ সিদ্ধান্তক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
15 APR 2023 3:37PM by PIB Guwahati
১৩ টা আঞ্চলিক ভাষাত কনিষ্টবল (জিডি) চিএপিএফ পৰীক্ষা অনুষ্ঠিত কৰাৰ গৃহ মন্ত্ৰালয়ৰ সিদ্ধান্তক 'ঐতিহাসিক' বুলি অভিহিত কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে গৃহমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটৰ উত্তৰ দিয়ে এইদৰেঃ
"এক ঐতিহাসিক সিদ্ধান্ত, যি আমাৰ যুৱপ্ৰজন্মৰ আশা-আকাংক্ষা পূৰণত সহায় কৰিব! এয়া আমাৰ বিভিন্ন প্ৰচেষ্টাৰ এক অংশ, যিয়ে কোনো এজন লোকৰ সপোন পূৰণ কৰাত ভাষা যে অন্তৰায় নহয় সেয়া নিশ্চিত কৰে।"
*************************
(ৰিলিজ আই ডি : 1917012)
অতিথি কক্ষ : 165
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam