প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে যোৱা সন্ধিয়া আয়োজিত তামিল নৱবৰ্ষ উদযাপন কাৰ্যসূচীৰ কেইটামান স্মৰণীয় মুহূৰ্ত শ্বেয়াৰ কৰে
प्रविष्टि तिथि:
14 APR 2023 9:32AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা সন্ধিয়া নতুন দিল্লীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানৰ বাসভৱনত আয়োজিত তামিল নৱবৰ্ষ উদযাপন কাৰ্যসূচীৰ কেইটামান স্মৰণীয় মুহূৰ্ত শ্বেয়াৰ কৰে। শ্ৰী মোদীয়ে তামিল নৱবৰ্ষ উদযাপন কাৰ্যসূচীৰ এটা ভিডিঅ' ক্লিপো শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"যোৱা সন্ধিয়া আয়োজিত তামিল নৱবৰ্ষ উদযাপন কাৰ্যসূচীৰ কেইটামান স্মৰণীয় মুহূৰ্ত ইয়াত শ্বেয়াৰ কৰা হৈছে..."
***
(रिलीज़ आईडी: 1916578)
आगंतुक पटल : 153
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam