প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী কেশৱ মহিন্দ্ৰৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 12 APR 2023 7:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যৱসায় ক্ষেত্ৰ বিশিষ্ট ব্যক্তিত্ব শ্ৰী কেশৱ মহিন্দ্ৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটত কয়;

“শ্ৰী কেশৱ মহিন্দ্ৰ জীৰ বিয়োগত মৰ্মাহত হৈছো৷ ব্যৱসায় জগতলৈ আগবঢ়োৱা অৱদান আৰু তেওঁৰ দাতব্য প্ৰচেষ্টাৱলীৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ ৰ’ব৷ তেওঁ পৰিয়াল আৰু বন্ধুবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলো৷ ঔম শান্তিঃ প্ৰধানমন্ত্ৰী @narendramodi”

******

DS/ST/DB


(रिलीज़ आईडी: 1916208) आगंतुक पटल : 145
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam