প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘এইচপিচিএল’-ৰ অসমৰ গোৱালপাৰাস্থিত ‘এলপিজি বটলিং প্ৰকল্প’টো ৰাষ্ট্ৰৰ প্ৰতি উচৰ্গা কৰা কাৰ্যক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

प्रविष्टि तिथि: 13 APR 2023 10:08AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এইচপিচিএল’ৰ অসমৰ গোৱালপাৰাস্থিত ‘এলপিজি বটলিং প্ৰকল্প’টো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰা কাৰ্যৰ প্ৰশংসা কৰে, আৰু কয় যে ই অসম, ত্ৰিপুৰা আৰু মেঘালয়ৰ উপভোক্তাসকলক যথেষ্ট সহায় কৰিব।

কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীগৰাকীৰ এলানি ‘টুইট’-ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী কয়;

"ই অসম, ত্ৰিপুৰা আৰু মেঘালয়ৰ উপভোক্তাসকলক যথেষ্ট সহায় কৰিব।"

***


(रिलीज़ आईडी: 1916132) आगंतुक पटल : 219
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam