প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইষ্টাৰ উপলক্ষে জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 09 APR 2023 10:02AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইষ্টাৰ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।  এই বিশেষ উৎসৱে আমাৰ সমাজত সম্প্ৰীতিৰ এনাজৰী কটকটীয়া কৰিব পাৰিব বুলি কামনা কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"শুভ ইষ্টাৰ! এই বিশেষ উৎসৱে আমাৰ সমাজত সম্প্ৰীতিৰ সম্প্ৰীতিৰ এনাজৰী কটকটীয়া কৰক। এই উৎসৱে মানুহক সমাজৰ সেৱা কৰিবলৈ আৰু দলিতসকলক শক্তিশালী কৰাত সহায় কৰিবলৈ অনুপ্ৰাণিত কৰক। আজিৰ দিনটোত আমি প্ৰভু খ্ৰীষ্টৰ ধাৰ্ম্মিক চিন্তাবোৰ সোঁৱৰণ কৰিছোঁ।"

*************************

DS/SH/KG


(रिलीज़ आईडी: 1915224) आगंतुक पटल : 165
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam