প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশ্ব স্বাস্থ্য দিৱসত আমাৰ গ্ৰহটোক সুস্থ কৰি তুলিবলৈ প্ৰয়াস কৰাসকলক কৃতজ্ঞতা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
07 APR 2023 11:21AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে আমাৰ গ্ৰহটোক সুস্থ কৰি তুলিবলৈ প্ৰয়াস কৰাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াৰ এটা টুইট শ্বেয়াৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ
“বিশ্ব স্বাস্থ্য দিৱসত আমি আমাৰ গ্ৰহটোক সুস্থ কৰি তুলিবলৈ প্ৰয়াস কৰা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো।
আমাৰ চৰকাৰে স্বাস্থ্য আন্তঃগাঁথনিৰ বৰ্ধন আৰু জনসাধাৰণৰ বাবে মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিতকৰণৰ অৰ্থে কাম কৰি যাব।”
***
DS/TS/SB
(रिलीज़ आईडी: 1915023)
आगंतुक पटल : 151
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam