প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নতুন এইমছৰ প্ৰভাৱ সন্দৰ্ভত এটা টুইট থ্ৰেড শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
08 APR 2023 10:34AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰী নিশিথ প্ৰমাণিকৰ এটা টুইট থ্ৰেড শ্বেয়াৰ কৰিছে। উক্ত টুইট থ্ৰেডটোত পশ্চিম বংগৰ উদাহৰণ দাঙি ধৰা হৈছে। এই টুইট থ্ৰেডটোত সমগ্ৰ ভাৰতত অধিক সংখ্যক এইমছ প্ৰতিষ্ঠা হোৱাৰ ফলত হোৱা লাভালাভৰ ওপৰত আলোকপাত কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ
"পশ্চিম বংগৰ উদাহৰণ দাঙি ধৰি এই থ্ৰেডটোৱে সমগ্ৰ দেশতে অধিক সংখ্যক এইমছ প্ৰতিষ্ঠা হোৱাৰ ফলত হোৱা লাভালাভৰ ওপৰত আলোকপাত কৰিছে।
এই সন্দৰ্ভত আমাৰ চৰকাৰে চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰি আছে আৰু লগতে স্থানীয় ভাষাত যাতে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিব পাৰি সেয়া নিশ্চিত কৰি আছে। ই জনসাধাৰণক সহায় কৰিছে।"
*************************
DS/KG
(ৰিলিজ আই ডি : 1914977)
অতিথি কক্ষ : 135
ত এই ৰিলিজটো পঢ়ক:
Punjabi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam