প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ডিজিলকাৰৰ সৈতে খেলো ইণ্ডিয়া চাৰ্টিফিকেটৰ সমন্বয়ক স্বীকাৰ কৰে
प्रविष्टि तिथि:
08 APR 2023 11:29AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিলকাৰৰ সৈতে খেলো ইণ্ডিয়া চাৰ্টিফিকেটৰ সমন্বয়ক স্বীকাৰ কৰিছে।
যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে এটা টুইট থ্ৰেডত ডিজিলকাৰৰ সৈতে খেলো ইণ্ডিয়া চাৰ্টিফিকেটৰ সমন্বয়ৰ বিষয়ে অৱগত কৰে।
কেন্দ্ৰীয় মন্ত্ৰীজনৰ সেই টুইট থ্ৰেডৰ প্ৰতিক্ৰিয়া কৰি, প্ৰধানমন্ত্ৰীয়ে কয়;
"এয়া এথলীট, সহযোগী ষ্টাফ, বিষয়া আৰু অন্যান্যসকলৰ বাবে সুবিধাজনক হ'ব।"
**********
DS/ST
(रिलीज़ आईडी: 1914827)
आगंतुक पटल : 175
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam