প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে দিউৰ বিশেষ সন্দৰ্ভত, উপকূলীয় স্বচ্ছতা আৰু বিকাশৰ ওপৰত এটা উল্লেখযোগ্য টুইট থ্ৰেড শ্বেয়াৰ কৰে
পোষ্ট কৰা হৈছে:
07 APR 2023 11:17AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিউৰ বিশেষ সন্দৰ্ভত, উপকূলীয় স্বচ্ছতা আৰু বিকাশৰ ওপৰত এটা উল্লেখযোগ্য টুইট থ্ৰেড শ্বেয়াৰ কৰিছে।
দমন আৰু দিউৰ সংসদ সদস্য শ্ৰী লালুভাই পেটেলৰ ব্লু ফ্লেগ সমুদ্ৰ-তীৰৰ বিষয়ে এটা টুইট থ্ৰেড শ্বেয়াৰ কৰি, প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:
"দিউৰ বিশেষ সন্দৰ্ভত উপকূলীয় স্বচ্ছতা আৰু বিকাশৰ ওপৰত, এটা উল্লেখযোগ্য টুইট থ্ৰেড, য'ত অদ্ভুত সমুদ্ৰ-তীৰ আৰু সামুদ্ৰিক পাৰ আছে। ই দেখুৱাইছে যে কেনেকৈ সামূহিক প্ৰয়াসেৰে মানসিকতালৈ পৰিৱৰ্তন আহে আৰু সমগ্ৰ সমাজৰ লাভ হয়।"
**********
DS/TS
(ৰিলিজ আই ডি : 1914687)
অতিথি কক্ষ : 162
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam