প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চেকেন্দ্ৰাবাদ ৰে’ল ষ্টেশ্যনৰ পুনৰ্বিকশিতকৰণে অগণন লোকক উপকৃত কৰিব: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
07 APR 2023 11:07AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে চেকেন্দ্ৰাবাদ ৰে'ল ষ্টেশ্যনৰ পুনৰ্বিকাশ হৈছে এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি উন্নীতকৰণ প্ৰকল্প যি অগণন লোকক উপকৃত কৰিব।
চেকেন্দ্ৰাবাদ ৰে'ল ষ্টেশ্যনৰ পুনৰ্বিকাশৰ আধাৰশিলা স্থাপন সন্দৰ্ভত ‘ডিডি নিউজ’ৰ এটা ‘টুইট’ৰ প্ৰতি সহাঁৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:
"এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি উন্নীতকৰণ প্ৰকল্প যাৰ ফলত অগণন লোক উপকৃত হ'ব।"
***
DS/TS/KB
(रिलीज़ आईडी: 1914686)
आगंतुक पटल : 127
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam