প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বন্দৰ-চালিত বিকাশৰ বাবে প্ৰযুক্তিৰ সুবিধা লোৱা আৰু ব্যৱসায়ৰ সূচলতা নিশ্চিত কৰা দেখি সন্তুষ্টি লাভ কৰিছোঃ প্ৰধানমন্ত্ৰী

Posted On: 02 APR 2023 9:14AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় লজিষ্টিক পৰ্টেল-মেৰিনৰ মোবাইল এপ সাগৰ সেতুক লৈ সন্তুষ্ট প্ৰকাশ কৰে।

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কৰা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

“বন্দৰ-চালিত বিকাশৰ বাবে প্ৰযুক্তিৰ সুবিধা লোৱা আৰু ব্যৱসায়ৰ সূচলতা নিশ্চিত কৰা দেখি সন্তুষ্টি লাভ কৰিছো।”

****

DS/ST/MS



(Release ID: 1913460) Visitor Counter : 90