প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বঁটা বিজয়ী ডুকুমেন্টৰী চুটি ছবি ‘দ্য এলিফেন্ট হুইছপাৰাৰ্ছ’ৰ নিৰ্মাতাৰে মিলিত প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 30 MAR 2023 3:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী অস্কাৰ বিজয়ী ডুকুমেন্টৰী চুটি ছবি ‘দ্য এলিফেন্ট হুইছপাৰাৰ্ছ’ৰ নিৰ্মাতাসকলৰে মিলিত হয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

‘‘দ্য এলিফেন্ট হুইছপাৰাৰ্ছ’ৰ চিনেমেটিক উজ্জ্বলতা আৰু সফলতাই বিশ্বৰ দৃষ্টি আকৰ্ষণৰ লগতে প্ৰশংসাও লাভ কৰিছে। আজি ইয়াৰ প্ৰতিভাসম্পন্ন টীমটোক লগ পোৱাৰ সুযোগ পালোঁ। তেওঁলোকে ভাৰতক অতিশয় গৌৰৱান্বিত কৰিছে।”

***

DS/TS/SB


(रिलीज़ आईडी: 1912477) आगंतुक पटल : 125
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Telugu , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Kannada