প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ঝাৰখণ্ডৰ সাংসদে গ্ৰহণ কৰা ‘বুক-বেংক’-ৰ পদক্ষেপক শলাগিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 30 MAR 2023 9:51AM by PIB Guwahati

ৰাঁচী লোকসভা সমষ্টীৰ সাংসদ শ্ৰী সঞ্জয় শেঠে গ্ৰহণ কৰা ‘বুক-বেংক’-ৰ পদক্ষেপক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ।

সাংসদগৰাকীৰ এটি ‘টুইট’-ৰ প্ৰতি সঁহাৰি জনাই  প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে,

“এয়া খুবেই আনন্দৰ কথা! ‘বুক-বেংক’ এক খুবেই সুন্দৰ প্ৰয়াস, যিয়ে যুৱ-প্ৰজন্মক কিতাপৰ প্ৰতি আগ্ৰহ বঢ়োৱাত সহায় কৰিব”।

 

***

DS/AK/KB



(Release ID: 1912235) Visitor Counter : 117