প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান দিৱসত ৰাজস্থানৰ জনসাধাৰণক শুভেচ্ছা জনায়
प्रविष्टि तिथि:
30 MAR 2023 9:43AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থান দিৱসত ৰাজস্থানৰ জনসাধাৰণক শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে এক সমৃদ্ধ ঐতিহ্যৰ ৰাজ্যখনৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:
"ৰাজস্থান দিৱসত ৰাজ্যখনৰ সকলো ভাতৃ-ভগ্নীক মোৰ ফালৰ পৰা বহুত শুভকামনা। এই উপলক্ষে মই গৌৰৱশালী ঐতিহ্যৰে সমৃদ্ধ এই প্ৰদেশৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ কামনা কৰিছো।"
**********
DS/AK
(रिलीज़ आईडी: 1912167)
आगंतुक पटल : 144
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam