প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ছুইটি ভুৰাক অভিনন্দন জনাইছে

प्रविष्टि तिथि: 25 MAR 2023 10:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে বক্সাৰ, ছুইটি ভুৰাক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"@saweetyboora ব্যতিক্ৰমী প্ৰদৰ্শন! মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰাৰ বাবে তেওঁক লৈ গৌৰৱান্বিত। তেওঁৰইদৰে সফলতাই বহুতো আগন্তুক খেলুৱৈক অনুপ্ৰাণিত কৰিব।"

***

DS/ST/MM


(रिलीज़ आईडी: 1911306) आगंतुक पटल : 182
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam