প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ মহাসচিব ডৰীন ব’গডান মাৰ্টিনক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 24 MAR 2023 8:28AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ মহাসচিব ডৰীন ব’গডান মাৰ্টিনক সাক্ষাৎ কৰে৷ দয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে এখন উন্নত আৰু বহনক্ষম পৃথিৱীৰ বাবে ডিজিটেল প্ৰযুক্তিৰ লাভ আহৰণ কৰিবলৈ ব্যাপক আলোচনাত মিলিত হয়৷

শ্ৰীমতী ডৰীন ব’গডান মাৰ্টিনৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,

@ITUSecGen ডৰীন ব’গডান মাৰ্টিনক সাক্ষাৎ কৰি আনন্দিত হ’লো৷ আমি এখন উন্নত আৰু বহনক্ষম পৃথিৱীৰ বাবে ডিজিটেল প্ৰযুক্তিৰ লাভ আহৰণ কৰিবলৈ ব্যাপক আলোচনা কৰিলো৷”

***

DS/ST/DB


(रिलीज़ आईडी: 1910782) आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam