প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নওৰোজৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 21 MAR 2023 1:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নওৰোজ উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“নওৰোজ মোবাৰক! মই এই পৱিত্ৰ উপলক্ষত সকলোৰে সুখ আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছো। আগন্তুক বছৰটোৱে যেন আমাৰ সমাজত অধিক সমৃদ্ধি আৰু সমন্বয়ৰ মনোভাৱৰ সঞ্চাৰ কৰে, তাৰেই কামনা কৰিলো।”

 

***

DS/TS/SB


(ৰিলিজ আই ডি : 1909450) অতিথি কক্ষ : 138