প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী শ্ৰী হৰিচন্দ ঠাকুৰ জীৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
পোষ্ট কৰা হৈছে:
19 MAR 2023 7:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী শ্ৰী হৰিচন্দ ঠাকুৰ জীৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়;
“শ্ৰী শ্ৰী হৰিচন্দ ঠাকুৰ জীক তেওঁৰ জয়ন্তীত প্ৰণাম জনাইছো। বৈষম্য দূৰ কৰা আৰু সমন্বয়ক আগুৱাই নিয়াত তেওঁৰ ভূমিকা অতুলনীয়। তেওঁ সামাজিক ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু মানুহৰ মাজত অধিক শিক্ষাৰ বাবে কাম কৰিছিল। তেওঁৰ আদৰ্শ পূৰণৰ বাবে আমি কাম কৰি যাম।”
***
DS/TS/MS
(ৰিলিজ আই ডি : 1909175)
অতিথি কক্ষ : 138
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam