প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰপ্ৰদেশৰ চন্দৌসীত শীতল ভঁৰালত এটা দুৰ্ঘটনাৰ ফলত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পোষ্ট কৰা হৈছে:
17 MAR 2023 8:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চন্দৌসী, উত্তৰপ্ৰদেশত শীতল ভঁৰালত সংঘটিত এটা দুৰ্ঘটনাৰ ফলত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে;
"উত্তৰপ্ৰদেশৰ চন্দৌসীত শীতল ভঁৰালত সংঘটিত দুৰ্ঘটনা দুখজনক। যিসকলে প্ৰাণ হেৰুৱালে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা। ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে সাহায্য আৰু উদ্ধাৰৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা চলাই আছে। মই আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো: পিএম"
**********
DS/SH
(ৰিলিজ আই ডি : 1908327)
অতিথি কক্ষ : 177
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam