প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য সচিব জিনা ৰাইমণ্ডোক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 11 MAR 2023 12:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য সচিব মাননীয় জিনা ৰাইমণ্ডোৰ বাণিজ্য সচিবক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে:

"আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য সচিব @SecRaimondo এ কালি PM@narendramodi সৈতে এক মননশীল বৈঠকত বহে। "

***

DS/ST


(रिलीज़ आईडी: 1907889) आगंतुक पटल : 130
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam