প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত পানী, ভূমি আৰু আকাশত মহিলাৰ নতুন অভিলেখ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব: প্ৰধানমন্ত্ৰী

Posted On: 16 MAR 2023 2:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে উন্নত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত পানী, ভূমি আৰু আকাশত মহিলাৰ নতুন অভিলেখ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ'ব।

শ্ৰী মোদীয়ে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ এটা টুইটৰ উত্তৰ দিয়ে য'ত মন্ত্ৰালয়ে জনাইছে যে চেৰাং সন্ধ্যাই এখন ফেৰীৰ কমাণ্ড লৈছে যিয়ে জনসাধাৰণক তেওঁলোকৰ গন্তব্যস্থানলৈ লৈ যাব।

প্ৰধানমন্ত্ৰীয়ে ওপৰোক্ত সাফল্যৰ বিষয়ে টুইট কৰে;

"নাৰীশক্তিক অভিবাদন! পানী আৰু আকাশত মহিলাসকলৰ নতুন অভিলেখ উন্নত ভাৰত গঢ়াৰ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ'ব। "

 

नारीशक्ति को नमन! जल-थल और नभ में महिलाओं के नित-नए कीर्तिमान विकसित भारत के निर्माण में मील के पत्थर साबित होंगे। https://t.co/99GP2mA1Cb

— Narendra Modi (@narendramodi) March 16, 2023

 

***

DS/ST/MM



(Release ID: 1907887) Visitor Counter : 63