প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী হৰদীপ পুৰীৰ লেখা শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
14 MAR 2023 7:11PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ পুৰীৰ দ্বাৰা লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে:
কেন্দ্ৰীয় মন্ত্ৰী @HardeepSPuri য়ে অম্ৰুত কালত ভাৰতৰ শক্তি সুৰক্ষাৰ বাবে পৰম্পৰাগত ইন্ধনৰ সৈতে নৱীকৰণযোগ্য শক্তি কেনেদৰে গুৰুত্বপূৰ্ণ হ'ব সেই সন্দৰ্ভত এটা মননশীল লেখা লিখিছে। পঢ়িব লাগিব!
***
DS/AK
(रिलीज़ आईडी: 1907872)
आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam