প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা আৰু বহনক্ষম বিকাশৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধভাৰতঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 15 MAR 2023 8:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা আৰু বহনক্ষম বিকাশৰ প্ৰতি ভাৰত প্ৰতিশ্ৰুতিবদ্ধ৷

কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম শক্তি উপভোক্তা, তৃতীয় বৃহত্তম তেল উপভোক্তা, তৃতীয় বৃহত্তম এলপিজি উপভোক্তা, চতুৰ্থ বৃহত্তম এলএনজি আমদানিকাৰক, চতুৰ্থ বৃহত্তম শোধনাগাৰ আৰু চতুৰ্থ বৃহত্তম অটোম’বাইল বজাৰ হিচাপে পৰিগণিত হোৱাৰ বিষয়ে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,

“শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা আৰু বহনক্ষম বিকাশৰ প্ৰতি ভাৰত প্ৰতিশ্ৰুতিবদ্ধ৷”

*****

DS/TS/DB


(रिलीज़ आईडी: 1907784) आगंतुक पटल : 169
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam